নৰসিংহ
narasiṃha
অৰ্থ
1.
কঁকালৰ ওপৰভাগ সিংহ আৰু তলৰভাগ মানুহৰ আকৱতি ধৰি হিৰণ্যকশিপু নামেৰে দৈত্যক বধ কৰিবৰ কাৰণে হোবা বিষ্ণুৰ চতুৰ্থ অবতাৰ
the lion-headed incarnation of Viṣṇu
বি.
2.
শ্ৰেষ্ঠ মানুহ
an eminent man
বি.
3.
ঔষধত ব্যবহাৰ হোবা এবিধ বৰ সৰু গছ
a medicinal plant
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ