← ফুৰি যাওক

নম্ৰ

namra

অৰ্থ

1.

নত; দোঁ খাই পকা

bent down

বিণ.

2.

শান্ত; শিষ্ট; অহঙ্কাৰশূন্য

humble

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নম্ৰ · অসমীয়া অভিধান