← ফুৰি যাওক

নভাবী

nabhābī

অৰ্থ

1.

ভবিষ্যতলৈ নোহোবা; অসম্ভব; যেনে-"নভুত নভাবী হেন যুদ্ধ ভয়ঙ্কৰ" (কুমৰহৰণ)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নভাবী · অসমীয়া অভিধান