← ফুৰি যাওক

নদা-বামি

nadā-bāmi

অৰ্থ

1.

মাগুৰ বৰণেৰে এহাতমান দীঘল, কাণ দুখন অলপ ওলোবা এবিধ বামি মাছ

a kind of eel

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নদা-বামি · অসমীয়া অভিধান