← ফুৰি যাওক

নথৈ ভকতি কৰ্

অৰ্থ

1.

বৰকৈ খাটনি ধৰ্; বৰকৈ মিনতি কৰ্

to make earnest entreaty

2.

[বিপৰীত অৰ্থত] বৰকৈ তিৰস্কাৰ বা বিতণ্ডা কৰ্

to abuse or rebuke excessively

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ