← ফুৰি যাওক

নট

naṭa

অৰ্থ

1.

নাচোঁতা

dancer

বি.

2.

ৰজাঘৰত বা দেবালয়ত নচা এজাতি মানুহ

a caste of dancers

বি.

3.

বহুতো নাৰীৰ প্ৰণয়ী; স্ত্ৰী. নটনী নট জাতিৰ তিৰোতা

a philanderer ; a dancing woman

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ