← ফুৰি যাওক

নঞ সমাস

naña, samāsa

অৰ্থ

1.

নিষেধ বা অভাব বুজোবা ন-কাৰে সৈতে অন্য পদৰ যোগ হৈ হোবা সমাস; যেনে- ন + কল্যাণ অকল্যাণ

a form of compounding words beginning with a negative particle

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ