নজৰ- বন্দী
অৰ্থ
1.
ফাটকত নিদিয়াকৈ স্বভাবৰ ওপৰত নজৰ বা দৱষ্টি ৰাখি ৰজাঘৰীয়া বিষয়াৰ সাবধানতাত ৰখা দোষী মানুহ
a criminal kept in internment or under surveillance
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ