← ফুৰি যাওক

নখ

nakha

অৰ্থ

1.

ভৰি বা হাতৰ আঙুলিৰ মূৰৰ ওপৰফাল ঢাকি ধৰি গজি অহা হাড়ৰ নিচিনা চেপেটা ভাগ

a nail (of toe or finger)

বি.

2.

পৰ্ব্বত, ওখ গড় আদিৰ নিচেই তলৰ কাণ

the foot of a hill or mountain

বি.

3.

গছত চিকুট মাৰি ধৰি থকা পাণ, লতা আদিৰ চুটি শিপা

short claws-like tendrils of creepers

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ