নক্সা
naksā
অৰ্থ
1.
লেখনীৰে তোলা আকৱতি; চিত্ৰ-পট; ছবি
a picture; a map
বি.
2.
ফৰ্দ্দ; হিছাপ থকা কাকত; যেনে- ফচলী নক্সা
a statement containing facts and figures
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ