নকল
nakala
অৰ্থ
1.
অনুকৰণ
imitation
বি.
2.
আন এখন চাই তাৰ দৰে লিখা কাকত; প্ৰতিলিপি; আৰ্হি চাই লেখা বা অঁকা বস্ত্ত; প্ৰতিৰূপ
a copy
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ