← ফুৰি যাওক

নকৰিবৰ চকৰি কৰ্

nakaribara, cakari, kar

অৰ্থ

1.

কৰিব নলগীয়া কাম কৰ্; নানা প্ৰকাৰ দুখ দি বা আমনি কৰ্

to behave improperly; to annoy in every way

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নকৰিবৰ চকৰি কৰ্ · অসমীয়া অভিধান