ধেনুভিৰীয়া
অৰ্থ
1.
ধেনুৰ দৰে ভাঁজ বা ভিৰ লোবা
bent like a bow
বিণ.
2.
গা ঠৰঙা হৈ ধেনুৰ দৰে ভাঁজ আৰু দাঁত-কপাটি লগোবা এবিধ ৰোগ; ধনুষ্টঙ্কাৰ
titanus
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ