← ফুৰি যাওক

ধূলীয়া-উফি

অৰ্থ

1.

ধূলিৰ দৰে হৈ মূৰৰ ছাল এৰাই উঠি যোবা এবিধ ৰোগ

darndruff

বি. বি.

2.

শুকাবলৈ দিয়া ধূলিদৰৰ

a medicinal powder applied to a sore

বি. বি.

3.

এবিধ গোলাকাৰ কাঠ-ফুলা

a kind of mushroom

বি. বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধূলীয়া-উফি · অসমীয়া অভিধান