ধুমধুমা
অৰ্থ
1.
ডাঙৰ কাঠৰ খণ্ড
a big piece of timber
অক. ধা. বি.
2.
অসম ৰজাৰ দিনত দোষী মানুহক আঘাত কৰা আগলৈ সৰু গুৰিলৈ ডাঙৰ এডোখৰ কাঠ।
অক. ধা. বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ