ধাৰা
dhārā
অৰ্থ
1.
ৰীতি; নিয়ম
usage
বি.
2.
পুথি বা আইনৰ পৱথক পৱথক নিয়ম বা ব্যবস্হা থকা অংশ
a section
বি.
3.
নৈৰ সোঁত বোবা ফাল
a channel
বি.
4.
ধাৰ; লাগি নিছিগা হৈ পৰা পানী বা বৰষুণ; লানি নিছিগা হৈ ওলোবা তেজ
rain falling or blood oozing in a stream
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ