ধাৰণ
dhāraṇa
অৰ্থ
1.
ধৰা কাৰ্য্য
the act of bearing, holding or having
বি.
2.
পূৰ্ব্ব-প্ৰচলিত প্ৰথা; দেশানুযায়ী ৰীতি; যেনে-"বুঢ়া চিৰিঙ্গ ফুকনে নৰা কটকীক ধাৰণে তুলিলে" (বুৰঞ্জী)
prevalent custom or precedent
বি.
3.
গতি-গোত্ৰ; ৰকম; প্ৰকাৰ; গম পোবা বা বুজি পোবা কাৰ্য্য; যেনে-"স্বৰ্গদেবে কলে বোলে ইবাৰ মোৰ গাৰ ধাৰণ ভাল পোবা নাই" (বুৰঞ্জী)
condition; state
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ