← ফুৰি যাওক

ধাৰ পৰ্

অৰ্থ

1.

ধাৰ বা চোক নাইকিয়া হ

to loose sharpness; to be blunt

2.

বৰ প্ৰবল সোঁত ব; বৰ কোবেৰে বৈ যা

to flow in a strong current

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধাৰ পৰ্ · অসমীয়া অভিধান