← ফুৰি যাওক

ধাৰ

dhāra

অৰ্থ

1.

অস্ত্ৰৰ চোক; তীক্ষ্ণতা

sharpness, as of a cutting weapon

বি.

2.

ঋণ; পাছত ওলটাই দিবৰ কাৰণে লোবা ধন,

a debt

বি.

3.

নৈৰ যিফালেদি সোঁত বৰকৈ বয়

a current

বি.

4.

একেৰাহে ওলাই বা ওপৰৰপৰা পৰি থকা জুলীয়া বস্ত্তৰ লানি; যেনে-"তেজৰ বা পানীৰ ধাৰ"

a continuous flow

বি.

5.

জৰীত মালাৰ নিচিনাকৈ গঁথা মণি বা ফুলৰ শাৰী

a string of beads; a garland of flowers

বি.

6.

ধৰিবলৈ বা আক্ৰমণ কৰিবলৈ খেদি যোবা কাৰ্য্য; যেনে-"আছিলেক মান্ধাতা ইন্দ্ৰকো দিল ধাৰ। কৰিলেক কালসৰ্পে তাহাকো সংহাৰ" (মা. ক., অযোধ্যা-কাণ্ড)

a rush of attack

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ