ধাতু
dhātu
অৰ্থ
1.
শৰীৰক ধাৰণ কৰা তিনিটা বস্ত্তৰ এটা, যেনে-বায়ু, পিত্ত, কফ
one of the three bodily humours-wind, bile, phlegm
বি.
2.
ৰস, ৰক্ত, শুক্ৰ আদি সপ্তধাতুৰ এটা; বীৰ্য্য; ৰেতস
any constituent part of the body, as blood, flesh, etc.; semen; virile
বি.
3.
প্ৰাণবায়ু; চেতনা-শক্তি; যেনে-"বাঘ দেখি ধাতু উৰিল"
vital breath
বি.
4.
কোনো মানুহৰ শৰীৰৰ বিশেষ স্বাভাব বা অবস্হা
a peculiar bodily constitution
বি.
5.
মনৰ বিশেষ স্বভাব বা গতি
peculiar mental trait; idiosyncrasy
বি.
6.
সোণ, ৰূপ আদি আকৰত হোবা বস্ত্ত
a metal, gold, silver, etc.
বি.
7.
ক্ৰিয়াৰ মূল
the root of a verb
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ