ধায়ে ধৰ্
অৰ্থ
1.
টোপনিত কান্দ্ বা হাঁহ্ (সৰু ল'ৰা-ছোবালীয়ে)
to cry or smile in sleep, as an infant
2.
বৰকৈ হাঁহি তোল্; ভূতে পোবাৰ দৰে হাঁহ্ (পৰিহাসত)
to laugh frantically
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ