← ফুৰি যাওক

ধাই

dhāi

অৰ্থ

1.

লোকৰ সৰু ল'ৰা-ছোবালীৰ আল-পৈচান ধৰা মাইকী

a wet nurse

বি.

2.

ল'ৰা পাওঁতে সাহায্য কৰা তিৰোতা

a mid-wife

বি.

3.

ৰোগীৰ সাবধানতা লোবা তিৰোতা

a nurse

বি.

4.

সৰু ল'ৰা-ছোবালীৰ সাবধানতা লোবা এজনা মনে-ভবা গোসানী

a mythical tutelary goddess of children

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ