← ফুৰি যাওক

ধৰ্ষ্

dharṣ

অৰ্থ

1.

মোহিত কৰ্; অভিভূত কৰ্; বশীভূত কৰ্

to enrapture; to overwhelm

সক. ধা.

2.

দেও লাগ্; ভূতে ধৰ্; যেনে-"তাক দেবে ধৰ্ষিছে"

to possess and influence, as an evil spirit

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ