← ফুৰি যাওক

ধপ্ধপ্

dhapdhap

অৰ্থ

1.

ডাঙৰ বহল পাতেৰে বেগাই বেগাই কোবালে বা ডাঙৰ চৰায়ে ডেউকাৰে আঘাত কৰিলে হোবাৰ নিচিনা শব্দ

an imitative word used to express the sound produced by a flap or the flapping of the wings of a large bird

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ