← ফুৰি যাওক

ধনঞ্জয়-বায়ু

dhanañjaẏa-bāẏu

অৰ্থ

1.

শৰীৰৰ বায়ু-বিশেষ; যেনে-"দেবদত্ত বায়ু গোটে হাসি কৰাবয়। মৰিলে যি গোটে নেৰে সেহি ধনঞ্জয়" (মিশ্ৰ-গীতা)

a kind of wind existing in the human body

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ