← ফুৰি যাওকধন-ভঁৰালীঅৰ্থ1.ৰজা বা ধনী লোকৰ ধন যাৰ হাতত থাকে; ধন-ভঁৰাল ৰক্ষা কৰা বিষয়াa treasurerসমাৰ্থক শব্দধনভঁড়ালীউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ