← ফুৰি যাওক

দ্বন্দ্ব

dbandba

অৰ্থ

1.

দুই; যেনে-"সিদ্ধ মুনিবৱন্দ" শাৰদ-বন্দিত যাকৰ এ পদ-দ্বন্দ্ব" (বৰগীত)

two

বি.

2.

খৰিয়াল; দ্বন্দ্ব; বিবাদ

a quarrel

বি.

3.

আপোন আপোন অৰ্থ ৰাখি বহু পদ একত্ৰ কৰা এবিধ সমাস

a mode of compounding words in grammer

বি.

4.

বিবাদ কৰ্; দ্বন্দ্ব কৰ্

to quarrel

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দ্বন্দ্ব · অসমীয়া অভিধান