দোহাৰ
dohāra
অৰ্থ
1.
দুইৰো; উভয়ৰ
of both
2.
সহকাৰী গায়ক
an assistant singer
3.
ওজাই গোবাৰ পাছত গীতৰ যি ভাগ সকলোবে আকৈ ঘূৰাই ঘূৰাই গায়; ধূৰা
the chorus of song
বি.
4.
পুনৰ গা, কৰ্ বা হ
repeat, do or occur again
অক. ধা.
5.
দুখণ্ড; দোছোবা; যেনে-"কৈক যাইবি নৰসিংহ কৰিবোঁ দোহাৰ" (কীৰ্ত্তন)
destruction
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ