দোষ
doṣa
অৰ্থ
1.
অপৰাধ; জগৰ; দায়; বেয়া কাম; কলঙ্ক
offence; fault; a guilty act; blemish
বি.
2.
অঙ্গহীনতা
bodily defect
বি.
3.
দুৰ্গুণ; বিকাৰ; অপকাৰ; যেনে-"পিত্তৰ দোষ"
injury; guilt; mischief
বি.
4.
দায় ধৰ্; জগৰ ধৰ্; দোষ দি
to find fault; to accuse
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ