দুতি
duti
অৰ্থ
1.
দ্বিতীয়; যেনে-"কোশলৰ উত্তৰত অযোধ্যা নগৰ। দুতি স্বৰ্গপুৰ অম্ৰাবতী পটন্তৰ" (মা., আদিকাণ্ড)।
বিণ.
2.
উজ্জ্বলতা; আলোক; পোহৰ।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ