দুতয়
dutaẏa
অৰ্থ
1.
দ্বিতীয়; যেনে-"জয় জয় বটদ্ৰবা বৈকুণ্ঠ দুতয়" (গীতা)
second
বিণ.
2.
দুটা; যেনে-"ছয় ছয় মাসে অয়ন দুতয় দক্ষিণ আৰো উত্তৰ" (
বিণ.
3.
য় স্কন্ধ)
two
বিণ.
4.
উভয়; যেনে-"যাদব পাণ্ডব ইটো দুতয় কুলৰ" (ৰত্নাবলী)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ