← ফুৰি যাওক

দিগম্বৰ

digambara

অৰ্থ

1.

দশোদিশেই যাৰ কাপোৰ, অৰ্থাৎ সমূলি উলঙ্গ

wholly naked

বিণ.

2.

শিবৰ এটা নাম

a name of Śiva

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দিগম্বৰ · অসমীয়া অভিধান