← ফুৰি যাওক

দি

di

অৰ্থ

1.

দান কৰ্; সমৰ্পণ কৰ্

to give; to offer

সক. ধা.

2.

স্হাপন কৰ্; ধাৰ্য্য কৰ্; লগা; প্ৰকাশ কৰ্

to establish; to fix; to express; to give out

সক. ধা.

3.

অব্যয় দ্বাৰা; উপায়ে

by; by the help of

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ