← ফুৰি যাওক

দাপণ

dāpaṇa

অৰ্থ

1.

আৰ্চী; কাঁহ বা পিতলৰ আৰ্চী

mirror

বি.

সমাৰ্থক শব্দ

2.

কেঁকোৰা-দোলাৰ চেঁকৰৰ তলত লগোবা কোৰৰ নিচিনা পিতলৰ আধাৰ

a flat piece of brass attached to the bottom of each of the supports of a Kēkorā dolā

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দাপণ · অসমীয়া অভিধান