← ফুৰি যাওক

দানি খা, দানি পৰ্

অৰ্থ

1.

জয় বা লাভ হোবাকৈ ঘনে ঘনে কড়ি বা পাষটি পৰ্; দান পৰ্

to have lucky casts of dice repeatedly

2.

ব্যবসায়ত বৰকৈ লাভ উৎপন্ন হ

to have good chance in business repeatedly

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ