← ফুৰি যাওক

দানা

dānā

অৰ্থ

1.

ঘাঁহৰ বাহিৰে জন্ত্তক দিয়া খলিহৈ, ধান, মাহ শস্যৰ গুটি আদি আহাৰ

grain, etc., given to an animal as food

2.

চেনি, মিছিৰি আদি গোট মাৰি সৰু সৰু আকাৰ ধৰা গুটি বা খণ্ড

a crystal

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দানা · অসমীয়া অভিধান