← ফুৰি যাওক

দান-সাগৰ

অৰ্থ

1.

এখন স্মৱতিশাস্ত্ৰ।

বি.

2.

সাগৰৰ দৰে অন্ত নথকাকৈ দান কৰা লোক

a very munificant person

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দান-সাগৰ · অসমীয়া অভিধান