← ফুৰি যাওক

দান

dāna

অৰ্থ

1.

দিয়া কাৰ্য্য; প্ৰদান

the act of giving

বি.

2.

দিয়া ধন বা বস্ত্ত

a gift

বি.

3.

বেচিবলৈ অনা বস্ত্তৰ ওপৰত লগোবা কৰ

a duty upon goods for sale

বি.

4.

পাৰ হোবাৰ বাবে লোবা বেচ

a ferriage

বি.

5.

খেলত কড়ি বা পাষটিৰ লাভজনক পত্তন

a luck throw in dice, etc.

বি.

6.

কোনো বেহা-বেপাৰত হোবা বিশেষ লাভ বা কৱতকাৰ্য্যতা

a good chance in a business

বি.

7.

শুল্ক, কৰ

tax or toll

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ