← ফুৰি যাওক

দাঁত কামোৰ্

অৰ্থ

1.

দাঁত চোবা; খঙত বা অধিক বল পাবলৈ ওপৰৰ দাঁতৰ দ্বাৰা তলৰ দাঁত বা ওঁঠ চেপি ধৰ্

to press the lower teeth with the upper ones, as in anger or labour

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দাঁত কামোৰ্ · অসমীয়া অভিধান