দাঁত
dām̐ta
অৰ্থ
1.
দন্ত; মুখৰ ভিতৰত তলে-ওপৰে দুশাৰী হৈ থকা সৰু জোঙা আহাৰ চোবোবা হাড় [তল আৰু ওপৰ শাৰীৰ সমুখৰ তিনিটা দাঁতক আগ-দাঁত, সিহঁতৰ গাতে দুফালে থকা জোঙা দাঁতক কুকুৰ-দাঁত আৰু মূৰলৈ থকাবিলাকক গুৰি-দাঁত বা জামি-দাঁত বোলে।]
a tooth
বি.
2.
হাতী আদিৰ মুখৰপৰা ওলোবা জোঙা দীঘল গোটা হাড়
a tusk
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ