দক্ষিণায়ন
dakṣiṇāẏana
অৰ্থ
1.
বিষুব ৰেখাৰপৰা সূৰ্য্যৰ দক্ষিণফালে কৰা গতি
বি.
2.
জুনৰপৰা
বি.
3.
ডিচেম্বৰ পৰ্য্যন্ত, পঞ্জিকাত শাওণৰপবা পুহৰ শেষলৈকে কাল
the Sun's motion south of the equator
বি.
4.
আহাৰৰ দহদিনলৈকে কাল
the winter solstice
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ