← ফুৰি যাওক

দহোকুৰি

dahokuri

অৰ্থ

1.

অবশ্যে; যেনেতেনে; অন্যথা নোহোবাকৈ

without fail; positively

ক্ৰি. বিণ.

2.

দৱঢ় কৰি; দুনাই দুনাই; যেনে-"তোক দহোকুৰি কৈছোঁ"

emphatically; repeatedly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ