← ফুৰি যাওক

দহনু

dahanu

অৰ্থ

1.

জুই; যেনে-"অধিকে মিলল মোহ বিৰহ-দহনু দহে তনু ধৰণ নযায়" (বৰগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দহনু · অসমীয়া অভিধান