← ফুৰি যাওক

দহনখীয়া

dahanakhīẏā

অৰ্থ

1.

দুই হাতৰ দহ নখেৰে খামুচি পোবা; দুই হাতৰ আঙুলিৰ মূৰেৰে মেৰাই ঢুকি পোবা

as thick as can be grasped with the ten fingers of the two hands

বিণ.

2.

দহ নখযুক্ত

having ten nails

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দহনখীয়া · অসমীয়া অভিধান