← ফুৰি যাওক

দহন

dahana

অৰ্থ

1.

পোৰা কাৰ্য্য

the act of burning

বি.

2.

জুই

fire

বি.

3.

ধ্বংস কৰোঁতা; যেনে-"বংশৰ দহন অনন্ত-বীৰ্য্য গোবিন্দ" (নামঘোষা)

a destroyer

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ