দহ্
dah
অৰ্থ
1.
পোৰ্; পুৰি ছাই কৰ্; দগ্ধ কৰ্
to burn
সক. ধা.
2.
মনত শোক জন্মা বা দুখ দি
to grieve; to give pain to mind
সক. ধা.
3.
মনত দুখ বা শোক পা; যেনে-"সুমৰি গকুলে মন দহে" (বৰগীত)
to be grieved
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ