← ফুৰি যাওক

দশোদিশ

daśodiśa

অৰ্থ

1.

অষ্টদিশ আৰু তল আৰু ওপৰ, এই দহদিশ বা ফাল

the eight points of the compass plus the sky and the point opposite to it

বি.

2.

সকলো দিশ

all sides

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দশোদিশ · অসমীয়া অভিধান