দশা
daśā
অৰ্থ
1.
অবস্হা
a state; plight
বি.
2.
ভাগ্য
fate; lot
বি.
3.
(জ্যোতিষ) মানুহ জন্মিবৰ সময়ত গ্ৰহৰ স্হিতিৰ ৰকম
the position of the planers at the time of birth which is supposed to influence one's destinies
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ