← ফুৰি যাওক

দশ-মূল

daśa-mūla

অৰ্থ

1.

ঔষধত ব্যবহাৰ হোবা দহবিধ গছৰ শিপা; যেনে- কণ্টকাৰী, গমাৰী, গোক্ষুৰ, টকুনা, পাৰলি, বিয়নী-সাবটা, বেল, ভূতমূলা, ভেকূৰী, মাছ-কাঁইটা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দশ-মূল · অসমীয়া অভিধান