← ফুৰি যাওক

দশভূজা

daśabhūjā

অৰ্থ

1.

দহখন হাত থকা।

বি.

2.

দুৰ্গাৰ এটা নাম

Durgā, represented as a ten-armed goddess

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দশভূজা · অসমীয়া অভিধান